Two inmates get injured in attack in Tihar jail : তিহাৰ জে’লত কয়দীক আক্ৰমণ কয়দীৰ

নেশ্যনেল ডেস্ক,২৭জুলাই : পুনৰ দিল্লীৰ তিহাৰ জে’লত আক্ৰমণৰ ঘটনা(Two inmates get injured in attack in Tihar jail)।
এইবাৰ তিহাৰ জে’লত ৱাৰ্ডৰ ভিতৰতে কয়দীক আক্ৰমণ কয়দীৰ। আক্ৰমণত আহত দুই কয়দী। ৯নং জে’লৰ ভিতৰত সংঘটিত এই ঘটনা। আহত দুই কয়দীক দীনদয়াল উপাধ্যায় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়(2 inmates injured in attack in Delhi’s Tihar jail)।