Local, Vocal, Global

Burmese supari seized : লামডিং জংচনত এক্সপ্ৰেছত জব্দ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি

নিউজ ডেস্ক,২৪জুলাই : লামডিং জংচনত এক্সপ্ৰেছত জব্দ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি (Burmese supari seized)।

আৰক্ষীৰ অভিযানত জব্দ কৰে লক্ষাধিক টকাৰ বাৰ্মিজ চুপাৰি । নামনিমুৱা Avadh Assam Express ৰ পৰা জব্দ কৰে 8 বস্তা বাৰ্মিজ চুপাৰি ।

ডিমাপুৰৰ পৰা বহিঃৰাজ্য লৈ সৰবৰাহ কৰিছিল চুপাৰিখিনি ।

জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য আনুমানিক ২ লাখ টকা ।

লগতে পঢ়ক : Governor Golab Chand Kataria visits in Muslimpur :মুছলপুৰত উপস্থিত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া