Local, Vocal, Global

Two teenagers died by drowning : পানীত পৰি মৃত্যু দুই কিশোৰৰ

নিউজ ডেস্ক,২১জুলাই : পানীত পৰি মৃত্যু দুই কিশোৰৰ ।

যোৰহাটৰ ন পমুৱা বালিগাঁও দুবৰণী পথাৰত সংঘটিত হৈছে শোকাৱহ ঘটনা।দুবৰণী পথাৰৰ পানীত ডুবি সন্ধানহীন হয় কলিয়নি গাঁৱৰ দুই কিশোৰ(Two teenagers died by drowning)।

জানিবলৈ পৰা মতে,দুই কিশোৰে পথাৰত গৰু দিবলৈ যাওঁতে পানীত ডুব যায় কিশোৰ দুজন।লগে লগে ঘটনাস্থলীত স্থানীয় ৰাইজৰ সহযোগ সন্ধান চলাই আৰু শ্ববন কুমাৰ দাস নামৰ কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰে। কিন্তু বৰ্তমানলৈ কোনো ধৰণৰ সন্ধান পোৱা নাই বিষ্ণু দাস নামৰ আনজন কিশোৰৰ ।

লগতে পঢ়ক : Drugs peddler arrested along with drugs : লাহৰীঘাটত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী