Manolo Marquez, Indian Football Team New Head Coach: মান’লো মাৰ্কেজক ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি

নিউজ ডেস্ক,২১জুলাই : ভাৰতীয় ফুটবল দলৰ নতুন মুখ্য প্ৰশিক্ষক নিযুক্তি।
মান’লো মাৰ্কেজক ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক নিযুক্তি(Manolo Marquez, Indian Football Team New Head Coach)।
AIIF-য়ে সদৰী কৰে মুখ্য প্ৰশিক্ষক নিযুক্তিৰ কথা। ইগৰ ষ্টিমাকৰ ঠাইত নতুন প্ৰশিক্ষক নিযুক্তি।
লগতে পঢ়ক : Japanese Encephalitis : কামপুৰ কঠিয়াতলীৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এগৰাকী বয়োজ্যেষ্ঠ লোকৰ