Man died by drowning in pond : পানীৰ পৰি সলিল সমাধি এজন লোকৰ

নিউজ ডেস্ক,২১জুলাই : পানীৰ পৰি সলিল সমাধি এজন লোকৰ ।
যোগীঘোপাৰত শোকাৱহ ঘটনা।যোগীঘোপাৰ সাঁকোমুৰাত পুখুৰীত পৰি এজন লোকৰ অকাল মৃত্যু।
মাছ মাৰিবলৈ গৈ মৃত্যু হয় লোকজনৰ(Man died by drowning in pond) ।
মৃত্যু লোকজন নিৰঞ্জন ৰায় বুলি জানিব পৰা গৈছে।
এই ঘটনাটো সংঘটিত হোৱাৰ পিছত স্থানীয় ৰাইজৰ ৰাইজৰ সহযোগত পুখুৰীৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো।
লগতে পঢ়ক : Bangladeshi Nationals Detained by railway police in Lamding : লামডিঙত ৰে’ল আৰক্ষীৰ জালত বাংলাদেশী যুৱক