Local, Vocal, Global

Bangladeshi Nationals Detained by railway police in Lamding : লামডিঙত ৰে’ল আৰক্ষীৰ জালত বাংলাদেশী যুৱক

নিউজ ডেস্ক,২১জুলাই : লামডিঙত ৰে’ল আৰক্ষীৰ জালত বাংলাদেশী যুৱক। হোজাই ৰে’লৱে ষ্টেচনত ঘূৰি থকা অৱস্থাতে GRPয়ে আটক কৰে যুৱকজনক । আটকাধীন যুৱকজন বাংলাদেশৰ ছিলেট জিলাৰ আলিম উদ্দিন বুলি জানিব পৰা গৈছে । ধৃত আলিম উদ্দিনৰ পৰা জব্দ এটা মোবাইল ফোন।

GRPয়ে আটক কৰি লামডিং ৰে’ল আৰক্ষীক গতাই দিয়ে আলিমক(Bangladeshi Nationals Detained by railway police in Lamding)।

জানিব পৰা মতে, বাংলাদেশৰ পৰা চোৰাং পথেৰে ভাৰতত প্রৱেশ কৰিছিল যুৱকজনে।

লগতে পঢ়ক : Charaideo Maidam : বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ দিশে চৰাইদেউৰ মৈদাম ক্ষেত্ৰ