Local, Vocal, Global

Terrible Train Accident in Uttar Pradesh : উত্তৰ প্ৰদেশৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; মুকলি হেল্প লাইন নম্বৰ

নিউজ ডেস্ক,১৮জুলাই : উত্তৰ প্ৰদেশৰ গোণ্ডাত সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পিছতে মুকলি কৰা হৈছে হেল্প লাইন নম্বৰ ।

ৰে’ল বিভাগে মুকলি কৰিছে একাধিক হেল্প লাইন নম্বৰ (Terrible Train Accident in Uttar Pradesh)।

নম্বৰ অুসৰি….

কাটিহাৰ ষ্টেচনৰ হেল্প লাইন নম্বৰ : 6287801805

কিষাণগঞ্জ ষ্টেচনৰ হেল্প লাইন নম্বৰ : 754202020

নিউ জলপাইগুৰি ষ্টেচনৰ হেল্প লাইন নম্বৰ : 6287801758

বাণিজ্যিক কণ্ট্ৰল কাটিহাৰ 9771441956, 9002041952।

গুৱাহাটী ষ্টেচনৰ হেল্প লাইন নম্বৰ 0361-2731621, 0361-2731622, 0361-2731622

লক্ষ্ণৌ ষ্টেচনৰ হেল্প লাইন নম্বৰ : 8957409292

গোণ্ডা ষ্টেচনৰ হেল্প লাইন নম্বৰ: 8957400965

ডিব্ৰগড়ৰ হেল্প লাইন নম্বৰ : 9957555960 ল

গতে আন সমূহ হেল্প লাইন নম্বৰ 8957409292, 8957400965, 8957407596, 05512208169।

ফৰকাটিং জংচনৰ হেল্প লাইন নম্বৰ : 9957555966

মৰিয়নী জংচনৰ হেল্প লাইন নম্বৰ : 6001882410

শিমলুগুৰি জংচনৰ হেল্প লাইন নম্বৰ: 6001882410

তিনিচুকীয়াৰ হেল্প লাইন নম্বৰ : 9957555959

ডিব্ৰুগড়ৰ হেল্প লাইন নম্বৰ : 9957555960

লগতে পঢ়ক : Chandigarh-Dibrugarh Express derails in UP : উত্তৰ প্ৰদেশত ৰে’ল দুৰ্ঘটনা;বাগৰি পৰিল চাৰিটা এচি ডবা