Local, Vocal, Global

4 Bangladeshi Nationals Detained in Guwahati : পল্টন বজাৰ ৰে’লৱে ষ্টেচনৰ পৰা আটক ৪ বাংলাদেশীক

নিউজ ডেস্ক,১৬জুলাই : গুৱাহাটী মহানগৰীত আটক ৪ বাংলাদেশীক । পল্টন বজাৰ ৰে’লৱে ষ্টেচনৰ পৰা আটক কৰে বাংলাদেশী কেইজনক।

ধৃত বাংলাদেশীকেইজন ইছলমাইল চৰ্দাৰ, আব্দুল্লা, মুছাম্মাদ মইনা, ফাৰজানা বুলি জানিব পৰা গৈছে । GRP, RPF-এ আটক কৰে ৪ বাংলাদেশীক(4 Bangladeshi Nationals Detained in Guwahati)।

জানিব পৰা মতে, আটকাধীন বাংলাদেশী কেইজন বাংলাদেশৰ পৰা ত্ৰিপুৰা হৈ বাংগালুৰুলৈ গৈ আছিল । সেই সময়তে GRP, RPF-এ আটক কৰে ৪ বাংলাদেশীক। । চাকৰিৰ প্ৰলোভনেৰে দালালে লৈ আহিছিল ৪ বাংলাদেশীক। ২০ হাজাৰ টকাৰ বিনিময়ত ভাৰতলৈ আনিছিল চাৰিওকে।

লগতে পঢ়ক : Tragic Road Accident in Noida : বিয়াৰ পৰা ওভতনিৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত ৩জন,আহত ৯জন