Local, Vocal, Global

Theft in Sonari : সোণাৰিত পুনৰ চুৰিকাণ্ড

সোণাৰি,১০জুলাই : সোণাৰিত পুনৰ চুৰিকাণ্ড। এইবাৰ চুৰে লুটিলে Gym(Theft in Sonari)।

এক প্ৰকাৰে সোণাৰি আৰক্ষীৰক চেলেঞ্জ দি সোণাৰিত নিতৌ চোৰৰ এটা দলে অব্যাহত ৰাখিছে চুৰি কাৰ্য। মঙলবাৰে নিশা সোণাৰি আৱৰ্তভৱনৰ কাষত থকা SD Gold Gym ত এটা চোৰৰ দলে তলা ভাঙি প্ৰৱেশ কৰি Gym ত থকা কেইবা হাজাৰ টকাব ফুড চাপ্লীমেণ্টৰ লগতে জীমখনৰ ইনভার্টাৰ,চিচি টিভি কেমেৰা সংযোগী বস্ক আদি লুটি নিয়ে । লগতে জীম লণ্ড ভণ্ড কৰি বাকচত থকা কিছু নগদ ধন দলটোৱে লৈ উধাও হয়।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে(Theft in Sonari)।

লগতে পঢ়ক : Tea Workers Protest In Jamugurihat : অসম চাহ মজদুৰ সংঘৰ উদ্যোগত বুধবাৰে ৰাজ্যজুৰি চাহ শ্ৰমিকৰ ধৰ্ণা কাৰ্যসূচী