Local, Vocal, Global

Road Accident in Rupohihat : টেম্প’ আৰু ছুইফট বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;আহত ৮জনকৈ লোক

নিউজ ডেস্ক,৯জুলাই : ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত গুৰুতভাৱে আহত ৮জনকৈ লোক ।

ৰূপহীহাটৰ লাওখোৱাৰ কালিস্থানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মঙলবাৰে লাওখোৱাৰ কালিস্থানত টেম্প’-ছুইফট বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত দুৰ্ঘটনাত পথৰ পৰা দ খাৱৈত ছিটিকি পৰে ছুইফট বাহনখন(Road Accident in Rupohihat)।

দুৰ্ঘটনাত দুয়োখন বাহনৰ ৮জনকৈ লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : Sensational Incident : চিনাক্ত হোৱা নাই চিকিৎসালয়ৰ মৰ্গত থকা মহিলাৰ মৃতদেহ