Local, Vocal, Global

Annual Foundation Day of Assam Human Welfare Foundation: NAMERI AWARD 2024 শিশু শিল্পী বঁটা লাভ কৰিছে জামুগুৰিহাটৰ ভাস্বতী ভূঞাই

নিউজ ডেস্ক,৮ জুলাইঃ অসম মানৱ কল্যাণ ফাউণ্ডেশ্যন নামৰ চৰকাৰী পঞ্জীভুক্ত স্বেচ্ছাসেৱী সংগঠনটোৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছিল এক বৰ্ণাধ্য অনুষ্ঠানত NAMERI AWARD 2024 । (The NAMERI AWARD 2024 was held in a colourful ceremony to coincide with the annual Foundation Day). উক্ত অনুষ্ঠানত শিশু শিল্পী বটা লাভ কৰি জামুগুৰিহাটৰ ভাস্বতী ভূঞাই অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শিশু শিল্পী গৰাকীৰ এই বৃহৎ সাফল্যৰ বাবে অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ।

উল্লেখ্য যে দেওবাৰে নগাঁও নাট্যমন্দিৰত অনুষ্ঠিত এক বৃহৎ অনুষ্ঠানত শিশু শিল্পী গৰকীলৈ এই মৰম আৰ্শীবাদ দিয়া বাবে অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ বিষয়ববীয়া ও কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছে শিল্পী গৰাকীৰ লগতে পৰিয়ালবৰ্গই । গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানটিত লেখক সাহিত্যিক ৰূপম দত্ত কে ধৰি বহুকেইগকী বিশিষ্ট ব্যক্তিক নামেৰি ২০২৪ বঁটা প্ৰদান কৰা হয়।

লগতে পঢ়কঃ Various areas have been flooded:ভয়ংকৰ বানত কিমান ক্ষতি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ