Dead body recovered : অৱশেষত উদ্ধাৰ হ’ল কাজিৰঙাৰ বানত সন্ধানহীন যুৱকৰ মৃতদেহ

নিউজ ডেস্ক,৪জুলাই : অৱশেষত উদ্ধাৰ হ’ল কাজিৰঙাৰ বানত সন্ধানহীন যুৱকৰ মৃতদেহ। বৃহস্পতিবাৰে উদ্ধাৰ হ’ল যুৱকজনৰ মৃতদেহ ।মৃত যুৱকজন প্ৰমেশ মুড়া বুলি চিনাক্ত কৰা হৈছে(Dead body recovered) ।
জানিব পৰা মতে, লুখুৰাখনীয়া ম’হপাৰা গাঁৱত পানীত পৰি সন্ধানহীন হৈ আছিল যুৱকজন। যুৱকজন সন্ধানহীন হোৱাৰ পিছৰে পৰা এন ডি আৰ এফ বাহিনীয়ে অভিযান চলাই আছিল আৰু অৱশেষত উদ্ধাৰ কৰে মৃতদেহটো।
লগতে পঢ়ক : Two youths died after a Boat capsized : টুলুঙা নাও ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ডুবি মৃত্যু ২জন, আহত তিনিজন