Local, Vocal, Global

Indian Army on Ladakh accident that killed 5 soldiers : লাডাখৰ নদীত ভাৰতীয় সেনাৰ টেংক আবদ্ধ; মৃত্যু বিষয়াসহ ৫ জনকৈ সেনা জোৱান

নিউজ ডেস্ক,২৯জুন : লাডাখত অঘটন । লাডাখৰ এখন নদীত ভাৰতীয় সেনাৰ টেংক আবদ্ধ । ফলত মৃত্যু বিষয়াসহ ৫ জনকৈ সেনা জোৱান।

প্ৰাপ্ত তথ্য অনুসৰি শুকুৰবাৰে লাডাখৰ দৌলত বেগ ওল্ডিত ভাৰতীয় সেনাই টেংক অনুশীলন চলাই আছিল। অনুশীলনৰ মাজতে সেনাৰ টেংক টি-৭২ শ্বায়োক নদীৰ মাজত আবদ্ধ হৈ পৰে। ফলত টেংকখনৰ ভিতৰ ভাগত পানী সোমাই যায়। ফলত জেপিঅ’কে ধৰি ৫ জনকৈ সেনা জোৱানৰ মৃত্যু হয়(Indian Army on Ladakh accident that killed 5 soldiers)।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পাছতে উদ্ধাৰকাৰীয়ে দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

সেনাৰ শীৰ্ষতম মহলে জনোৱা অনুসৰি, শনিবাৰে নিশা প্ৰায় ১মন বজাত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । এই ঘটনা লেহৰ পৰা ১৪৮ কিলোমিটাৰ আঁতৰত সংঘটিত হয় । শনিবাৰে নিশা এই ঘটনাৰ পাছত শনিবাৰে পুৱা পৰ্যন্ত উদ্ধাৰ অভিযান চলাই থাকে আৰু সেনা জোৱান, বিষয়াৰ মৃতদেহ উদ্ধাৰ কৰে।

লগতে পঢ়ক : UGC NET New Exam Date 2024: NTA-য়ে ঘোষণা কৰিলে UGC-NET পৰীক্ষাৰ নতুন তাৰিখ