Local, Vocal, Global

Eight Arrested In Gauhati University Marksheet Scam : গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰীৰে জড়িত ৮ অভিযুক্তক

নিউজ ডেস্ক,২৯জুন : বৰপেটা ৰোডত গ্ৰেপ্তাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৃহৎ মাৰ্কশ্বীট কেলেংকাৰীৰে জড়িত ৮ অভিযুক্তক ।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰী সন্দৰ্ভত বৰপেটাত গুৰুত্বপুৰ্ণ মন্তব্য কৰে(Eight Arrested In Gauhati University Marksheet Scam)।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীটৰ কম্পিটাৰাইজড্ চিষ্টেম চলোৱাৰ দায়িত্বত থকাসকলে ধন লৈ একাংশ ছাত্ৰ-ছাত্ৰীৰ নম্বৰ বঢ়াই দিয়াৰ চাঞ্চল্যকৰ ঘটনাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত মাৰ্কশ্বীটৰ কেলেংকাৰীটো অসম আৰক্ষী আৰু চি আই ডিয়ে যুটীয়াভাৱে অনুসন্ধান চলাই থকা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু নিৰ্দেশত বৰপেটা আৰক্ষীয়ে অতি তৎপৰতাৰে ঘটনাটোৰ তদন্ত চলাই ৮ গৰাকী অভিযুক্তক আটক কৰে(Eight Arrested In Gauhati University Marksheet Scam)।

লগতে পঢ়ক : Two drugs peddler arrested in Hatigaon :গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত হেৰ’ইনসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী