T20 World Cup 2024 : আজি T20 বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল
স্পৰ্ট ডেস্ক,২৭জুন : আজি T20 বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল । টি-২০ বিশ্বকাপত ছেমি ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু ইংলেণ্ড(India vs England Semi-final Match)।
ভাৰতীয় সময়ত অনুসৰি আজি নিশা ৮ বজাত অনুষ্ঠিত হ’ব এই খেলখন। ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে যুঁজত নামিব ৰোহিত বাহিনী
দ্বিতীয়খন ছেমি মেচত বৰষুণৰ আশংকা । বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি, ঘণ্টাত ১০ৰ পৰা ১৫ বেগত বতাহও বলিব পাৰে । ছেমিফাইনেলত বৰষুণৰ সম্ভাৱনা ৭০ শতাংশ(T20 World Cup 2024)।