Miscreants open fire in Bongaigaon : বঙাইগাঁৱত দুৰ্বৃত্তৰ গুলীচালনা; দুৰ্বৃত্তৰ গুলীত নিহত পঞ্চায়ত সচিব
নিউজ ডেস্ক,২৬জুন : বঙাইগাঁৱত দুৰ্বৃত্তৰ গুলীচালনা। পঞ্চায়ত সচিবলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ । চাহ খাই থকা অৱস্থাত গুলীচালনা কৰে দুৰ্বৃত্তই । দুৰ্বৃত্ত গুলীত নিহত হয় পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাস ।
নিহত চন্দ্ৰকান্ত দাস চিপনশিলা গাঁও পঞ্চায়তৰ সচিব।বাইকত আহিছিল দুৰ্বৃত্তৰ দলটো । বঙাইগাঁও সদৰ থানাৰ অধীনৰ ছিপনছিলাৰ কাশীডবাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো(Miscreants open fire in Bongaigaon) ।