Children drown to death : গা ধুবলৈ গৈ জলাশয়ত সলিল সমাধি নৱম শ্ৰেণীৰ ছাত্ৰৰ
নিউজ ডেস্ক,২২জুন : বিলাসীপাৰাৰ নয়াহাট দামুমাৰাত শোকাৱহ ঘটনা৷
গা ধুবলৈ গৈ জলাশয়ত সলিল সমাধি নৱম শ্ৰেণীৰ ছাত্ৰৰ৷
সমনীয়াৰে ঘৰৰ সমীপতে জলাশয় এটাত গা ধুবলৈ গৈছিল ছাত্ৰজনে ।
নিহত ছাত্ৰজন সাগৰ বৰ্মন বুলি জানিব পৰা গৈছে ।