Lovlina Borgohain Bags Silver Medal in Grand Prix 2024 Competition : গ্ৰেণ্ড প্ৰিক্স-২০২৪ত ৰূপৰ পদক লাভ লাভলিনা বৰগোহাঁইৰ

নিউজ ডেস্ক,১৬জুন : অসমবাসীৰ বাবে আন এক সুখবৰ । গ্ৰেণ্ড প্ৰিক্স-২০২৪ত ৰূপৰ পদক লাভ লাভলিনা বৰগোহাঁইৰ।
মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল অসমৰ বক্সাৰ লাভলীনা বৰগোঁহায়ে(Lovlina Borgohain Bags Silver Medal in Grand Prix 2024 Competition)।
চূড়ান্ত প্ৰতিযোগিতাত চীনৰ বক্সাৰৰ বিৰুদ্ধে পৰাজয় লাভলীনাৰ। চীনৰ লী কিয়ানৰ বিৰুদ্ধে অন্তিম বাউটত ২-৩ ব্যৱধানত পৰাস্ত লাভলীনা।
ইয়াৰ পূৰ্বে লাভলীনাই প্ৰথম বাউটত ইংলেণ্ডৰ বক্সাৰক ৩-২ ব্যৱধানত পৰাস্ত কৰিছিল।
ৰাউণ্ড ৰবিন ফৰ্মেটত চেক গণৰাজ্যত, ১২ৰ পৰা ১৫ জুনলৈ অনুষ্ঠিত হৈছিল গ্ৰাঁ প্ৰি ২০২৪ প্ৰতিযোগিতাখন(Lovlina Borgohain bags silver medal at Grand Prix 2024 boxing tournament)।
লগতে পঢ়ক : Miscreants Allegedly Attack AASU Leader : মহানগৰীৰ মাজ-মজিয়াত আছু নেতাক আক্ৰমণ দুৰ্বৃত্তৰ