Local, Vocal, Global

Yogi Adityanath Set To Meet RSS Chief Mohan Bhagwat In Gorakhpur : আজি মোহন ভাগৱতক সাক্ষাৎ কৰিব যোগী আদিত্যনাথে;যোগী আদিত্যনাথৰ এই সাক্ষাতক লৈ দেশজুৰি চলিছে ব্যাপক চৰ্চা

নেশ্যনেল ডেস্ক,১৫জুন : লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ ভ্ৰমণ ইউ পিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ গৃহ জিলা গোৰখপুৰ(
Yogi Adityanath Set To Meet RSS Chief Mohan Bhagwat In Gorakhpur) ।

উত্তৰ প্ৰদেশত বিজেপিৰ দুৰ্বল প্ৰদৰ্শনৰ পৰিপ্ৰেক্ষিতত আজি মোহন ভাগৱতক সাক্ষাৎ কৰিব যোগী আদিত্যনাথে। গোৰখপুৰত মোহন ভাগৱতক সাক্ষাৎ কৰিব যোগী আদিত্যনাথে। যোগী আদিত্যনাথৰ এই সাক্ষাতক লৈ দেশজুৰি চলিছে ব্যাপক চৰ্চা। শেহতীয়াকৈ বিজেপি-RSSৰ মাজত স্পষ্ট ৰূপত দেখা গৈছিল সংঘাত(RSS chief Mohan Bhagwat likely to meet UP CM Adityanath in Gorakhpur today)।

জানিব পৰা মতে, আৰ এছ এছে ৩১ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ কেৰালাৰ পালাক্কাডত মিত্ৰ সংগঠনসমূহৰ তিনিদিনীয়া সমন্বয় সভা আহ্বান কৰিছে। সভাত বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু সাধাৰণ সম্পাদক (সংগঠন) বি এল সন্তোষে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে(Yogi Adityanath Set To Meet RSS Chief Mohan Bhagwat In Gorakhpur Today)।

লোকসভাৰ ফলাফলৰ পাছত আৰ এছ এছ আৰু বিজেপিৰ মাজত এইখনেই হ’ব প্ৰথম আনুষ্ঠানিক বৈঠক।

লগতে পঢ়ক : Mother of three children goes missing in Karbi Anglong district : ৭ দিনে সন্ধানহীন হাওৰাঘাটৰ এগৰাকী মহিলা