Local, Vocal, Global

Heroin seized from Umkiyāng : উমকিয়াঙত‌ জব্দ বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী

নিউজ ডেস্ক,১জুন : অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে মেঘালয় আৰক্ষীৰ অভিযান।‌ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ইষ্ট জয়ন্তীয়া হিলছ আৰক্ষীয়ে অভিযান চলাই । অভিযানত ১৮ টা হেৰ’ইনৰ পেকেট জব্দ কৰে।

উমকিয়াং আৰক্ষীয়ে জব্দ কৰা হেৰ’ইন খিনিৰ ওজন প্ৰায় ২২০ গ্ৰাম। হেৰ’ইন খিনি পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয়। এই সংক্ৰান্তত আৰক্ষীয়ে বৰ্তমানলৈ কোনো লোকক আটক কৰা হোৱা নাই বুলি সদৰী কৰিছে মেঘালয় আৰক্ষীয়ে(Heroin seized from Umkiyāng)।

লগতে পঢ়ক : Poisonous Mushrooms Reaction in Golaghat : কাঠফুলা খাই অসুস্থ দুটাকৈ পৰিয়ালৰ লোক