Delhi-Varanasi IndiGo flight receives bomb threat : ইণ্ডিগ’ৰ বিমানত বোমাতংক;দিল্লীৰ পৰা বাৰাণসীলৈ যোৱা বিমানত বোমা ৰখাৰ ভাবুকি

নেশ্যনেল ডেস্ক,২৮মে’ : ইণ্ডিগ’ৰ বিমানত বোমাতংক৷ দিল্লীৰ পৰা বাৰাণসীলৈ যোৱা বিমানত বোমা ৰখাৰ ভাবুকি৷ দিল্লীৰ পৰা বাৰানসীৰ অভিমুখে যাত্রাৰ পূৰ্বে বোমাৰ খবৰ লাভ কৰিছে বিমান বন্দৰ কৰ্তৃপক্ষই(Delhi-Varanasi IndiGo flight receives bomb threat)।
বোমাৰ খবৰ লাভৰ পিছতে যাত্রীসকলৰ মাজত চাঞ্চল্য়কৰ পৰিৱেশৰ সৃষ্টি হয়। লগে লগে সকলো যাত্ৰীক জৰুৰীকালীন দুৱাৰেৰে বাহিৰলৈ উলিয়াই অনা হয় আৰু যাত্রীসকলৰ সা-সামগ্রীসমূহ বিমান বন্দৰ আৰক্ষীয়ে পৰীক্ষা-নিৰীক্ষা কৰা আৰম্ভ কৰিছে।
লগতে পঢ়ক : Cyclone Remal : নগাঁও আৰু মৰিগাঁও জিলাত সকলো চৰকাৰী তথা ব্যক্তিগত শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে প্ৰশাসনে