Local, Vocal, Global

Cyclone ‘Remal’ Claims Student’s death : প্ৰকাণ্ড গছ বাগৰি ছাত্ৰৰ কৰুণ মৃত্যু

নিউজ ডেস্ক,২৮মে’ : ধুমুহা-বৰষুণৰ মাজতে মৰিগাঁৱত ভয়ংকৰ ঘটনা৷ প্ৰকাণ্ড গছ বাগৰি কৰুণ মৃত্যু ছাত্ৰৰ ৷ কলেজলৈ গৈ থকা অৱস্থাত প্ৰকাণ্ড গছ পৰি মৃত্যু হয় ছাত্ৰজনৰ। নিহত ছাত্ৰজন মৰিগাঁও গুৰুকুল জুনিয়ৰ কলেজৰ ছাত্ৰ কৌশিক আম্‌ফি(Cyclone ‘Remal’ Claims Student’s death) ।

জানিব পৰা মতে, মৰিগাঁৱৰ দীঘলবড়ীত চলন্ত অট’ এখনৰ ওপৰত গছডাল বাগৰি পৰে ফলত মৰিগাঁও গুৰুকুল জুনিয়ৰ কলেজৰ ছাত্ৰ তথা ধূপগুৰি গাৱঁৰ কৌশিক আম্‌ফি কলেজলৈ গৈ থকা অৱস্থাতে থিতাতে নিহত হয় ৷ইফালে অট’খনত থকা ববী পাটৰ নামৰ শিক্ষয়ত্ৰীগৰাকী গুৰুতভাৱে আঘাতপ্ৰাপ্ত হৈছে।

লগতে পঢ়ক : Huge tree falls on school bus in storm rain at Dhekiajuli : চলন্ত স্কুল বাছৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ; আহত ছাত্ৰ-ছাত্ৰী