Road accident in Mangaldoi : মেজিক আৰু মটৰ চাইকেলৰ মাজত ভয়ংকৰ সংঘৰ্ষ;আহত দুজন

নিউজ ডেস্ক,২৭মে’ : এক ভয়ংকৰ পথ দুৰ্ঘটনা । সোমবাৰে পুৱা মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো(Road accident in Mangaldoi)।
মঙলদৈৰ পুনিয়াৰ দলঙৰ ওপৰত মেজিক আৰু মটৰ চাইকেলৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয়। ফলত আহত হয় দুজনকৈ লোক ।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মঙলদৈ আৰক্ষী।
লগতে পঢ়ক : Road accident in Dhakuakhana : তীব্ৰবেগী মাৰুতি এলট’ বাহনৰ খুন্দা কঠাল গছত