Dead body Recovered in Meghalaya :মেঘালয়ত ৰহস্যজনক মৃত্যু গুৱাহাটীৰ যুৱকৰ

নিউজ ডেস্ক,২৭মে’ : মেঘালয়ত ৰহস্যজনক মৃত্যু গুৱাহাটীৰ যুৱকৰ । উমত্ৰুত উদ্ধাৰ জাপৰিগোগৰ উদ্ধাৰ জিণ্টু দাসৰ মৃতদেহ।
জানিব পৰা মতে, জিণ্টু দাসে সমনীয়াৰ সৈতে নৈত গা ধুবলৈ গৈছিল।তাৰ পিছতে বৰ্ণিহাটৰ উমত্ৰু নৈত আৰক্ষীয়ে উদ্ধাৰ কৰিছে জিণ্টুৰ মৃতদেহ। জিণ্টুৰ পৰিয়ালে বৰ্ণিহাট থানাত দাখিল কৰিছে এজাহাৰ(Dead body Recovered in Meghalaya)।
লগতে পঢ়ক : Massive fire breaks out at Jakhalabandha : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ড ভস্মীভূত ৩খনকৈ দোকান