Local, Vocal, Global

Massive fire breaks out at Jakhalabandha : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ড ভস্মীভূত ৩খনকৈ দোকান

নিউজ ডেস্ক,২৭মে’ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ড ভস্মীভূত ৩খনকৈ দোকান ।

দেওবাৰে নিশা জখলাবন্ধা মিৰিভেটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডত ফলত সম্পূৰ্ণৰূপে ভস্মীভূত ৩খনকৈ দোকান(Massive fire breaks out at Jakhalabandha) ।

অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় ১৫ লাখ টকাৰ সম্পত্তি। দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ।

লগতে পঢ়ক : Encounter in Hailakandi : হাইলাকান্দিত অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা