Local, Vocal, Global

Youth Missing After Drowning into Brahmaputra River : ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন যুৱক

নিউজ ডেস্ক,২৩মে’ : ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন যুৱক । শুৱালকুছিত ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন যুৱক(youth Missing After Drowning in Brahmaputra River)।

বুধবাৰে সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছে শুৱালকুছিৰ যুৱকজন । সন্ধানহীন যুৱকজন নক্টাদলৰ বিশাল কলিতা বুলি জানিব পৰা গৈছে ।

সন্ধানহীন যুৱকজনৰ নৈৰ পাৰত উদ্ধাৰ হয় মোবাইল ফোন আৰু কাপোৰ।

লগতে পঢ়ক : Tragic Road Accident : কৰিমগঞ্জত ডাম্পাৰৰ দৌৰাত্ম্য;দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত নিহত অটো যাত্ৰী