Poacher Apprehended in Golaghat : বোকাখাতত গ্ৰেপ্তাৰ চোৰাং চিকাৰী; জব্দ থ্ৰী নট থ্ৰী ৰাইফলৰ ৬ জাঁই সক্ৰিয় গুলী
নিউজ ডেস্ক,২২মে’ : বোকাখাতত চোৰাং চিকাৰীক গ্ৰেপ্তাৰ। বুধবাৰে বোকাখাতত আৰক্ষীৰ জালত পৰিল এটা চোৰাং চিকাৰী। আৰক্ষীয়ে চোৰাং চিকাৰীটোৰ পৰা জব্দ কৰে ৰাইফলৰ সজীৱ গুলীও(Poacher Apprehended in Golaghat)।
জানিব পৰা মতে বোকাখাট আৰক্ষীয়ে চহলা চাপৰিৰ পৰা হৰিলাল চৌধুৰী নামৰ চোৰাং চিকাৰিটোক আটক কৰে।আটকাধীন চোৰাং চিকাৰিটোৰ ঘৰৰ পাছফালে পৰা উদ্ধাৰ কৰে জব্দ থ্ৰী নট থ্ৰী ৰাইফলৰ ৬ জাঁই সক্ৰিয় গুলী(Poacher Apprehended in Golaghat; Ammunition Seized) ।
উল্লেখ্য যে,পূৰ্বেও দুবাৰকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চোৰাং চিকাৰীটোক।