Tragic Accident in boko : টাটা ডিআইৰ প্ৰচণ্ড খুন্দাত বাইকত;থিতাতে নিহত বাইক আৰোহী
বকো,২২মে’ : বকোৰ শিংৰা শালনিবাৰীত শোকাৱহ পথ দুৰ্ঘটনা। টাটা ডিআইৰ প্ৰচণ্ড খুন্দাত বাইকত । ফলত থিতাতে নিহত বাইক আৰোহী(Tragic Accident in boko)।
নিহত বাইক আৰেহীজন মিনহাজ আলী বুলি চিনাক্ত কৰা হৈছে । নিহত বাইক আৰোহী মিনহাজ চেঙাৰ কাছুমাৰা থানাৰ অন্তৰ্গত পাঠিমাৰীৰ আনোৱাৰ হুচেইনৰ একমাত্ৰ সন্তান ।
ইফালে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে টাটা ডিআইখনৰ। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS25J7705।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে বকো আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃত্যু যুৱকজনক উদ্ধাৰ কৰি মৰোনত্তোৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক : student missing in Rangia : ৰঙিয়াৰ বি এড কলেজৰ ছাত্ৰ নিৰুদ্দেশ