Guwahati-North Guwahati ferry services suspended : পুনৰ বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা
নিউজ ডেস্ক,২০মে’ : পুনৰ বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা । সোমবাৰে ঘোষণা কৰিলে এই কথা । অনিৰ্দিষ্ট সময়ৰলৈকে বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা(Guwahati-North Guwahati ferry services suspended) ।
নিশা অহা প্ৰচণ্ড ধুমুহাৰ বাবে ভাগি যায় গুৱাহাটীৰ পাৰঘাটসমূহৰ ৰেম্পসমূহ। যাৰ বাবে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ ঘোষণা কৰিছে । ৰেম্পসমূহ পুনৰ মেৰামতি কৰাৰ পাছতহে চলিব ফেৰী।