Fatal Collision Leaves One Dead : মহানগৰীৰ খানাপাৰাত অল্ট’ আৰু অট’ৰ মাজত মুখামুখি সংঘৰ্ষ;থিতাতে নিহত অট’চালক
নিউজ ডেস্ক,১৮মে’ : মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্রবেগী অল্ট’ আৰু অট’ৰ মাজত মুখামুখি সংঘৰ্ষ(Fatal Collision Leaves One Dead)।
সংঘৰ্ষত থিতাতে নিহত হয় অট’চালক।নিহত অট’ চালকজন কইনাধৰাৰ উদয় তালুকদাৰ বুলি চিনাক্ত(Fatal Collision Leaves One Dead in Khanapara)।
খানাপাৰাৰ ট্রেফিক পইণ্টৰ সমীপত এই দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত অল্ট’খনৰ নম্বৰ AS 01 EC 6112। আনহাতে অট’খনৰ নম্বৰ AS 01 EC 3546।