Land centric clash : ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি;চোকা অস্ত্ৰ, কুঠাৰেৰে এজনক হানি-খুঁচি হত্যা
নিউজ ডেস্ক,১৬মে’ : দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত । ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি(Land centric clash) ।
তামাৰহাটৰ উজানপেটলাত দুই ফৈদৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক সংঘাত । যাৰ পৰিণতিত চোকা অস্ত্ৰ, কুঠাৰেৰে এজনক হানি-খুঁচি হত্যা কৰে ।
জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা দুটা পৰিয়ালৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক বিবাদ। বিবাদ আছিল দীনেশ চেত্ৰী আৰু গোবিন ৰায় নামৰ লোক দুজনৰ মাজত চলি আছিল সংঘাত ।তাৰ পৰিণতিত দীনেশক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে গোবিন ৰায়ে। আত্মৰক্ষাৰ বাবে ওলোটাই গোবিনক আক্ৰমণ কৰে দীনেশে। সম্প্ৰতি দীনেশ চেত্ৰীৰ অৱস্থাও সংকটজনক।
লগতে পঢ়ক : Dead Body recovered in Hailakandi : ৰেল লাইনত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ