Local, Vocal, Global

Ex-ULFA-I Member Nabbed for Illegal Weapons in Tinsukia : ডুমডুমাত আটক আত্মসমৰ্পণকাৰী আলফাৰ সদস্য

নিউজ ডেস্ক,৮মে’ : ডুমডুমাত আৰক্ষীৰ সফল অভিযান ।

ডুমডুমাত আৰক্ষীয়ে অস্ত্ৰসহ এজনক আটক কৰে। আটক কৰা লোকজন আত্মসমৰ্পণকাৰী আলফা সদস্য ধন বড়া( Ex-ULFA-I Member Nabbed for Illegal Weapons in Tinsukia)।

জানিব পৰা মতে, অস্ত্ৰ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে প্ৰাক্তন আলফা সদস্যগৰাকী।

আৰক্ষীয়ে আটক কৰা লোকজনৰ পৰা জব্দ কৰে এটা আমেৰিকান পিষ্টল, ১২ জাঁই সক্ৰিয় গুলী। ধৃত ধন বড়াৰ ঘৰ ডুমডুমাৰ কৰ্দৈগুৰিৰ বৰগড়াত(Former ULFA Member Arrested for Illegal Weapon Trade in Tinsukia)।

লগতে পঢ়ক : Tragic Accident : দ পিতনিত সোমাই পৰিল বাছ;নিহত এজন