Local, Vocal, Global

Lok Sabha Elections 2024 Phase 3: কাইলৈ পুৱা ৭ বজাৰ পৰা লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

নিউজ ডেস্ক,৬মে’: কাইলৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সাজু প্ৰশাসন। পুৱা ৯ বজাৰ পৰা প’লিং আৰু প্ৰিজাইডিং বিষয়াৰ মাজত বিতৰণ EVMকে ধৰি ভোটগ্ৰহণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী। কাইলৈ পুৱা ৭ বজাৰ পৰা লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ(Lok Sabha Elections 2024 Phase 3)।

মুঠ ১৩৫২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত। অসমৰ ৪০টা বিধানসভা সমষ্টি আগুৰি থকা ৪টা লোকসভা সমষ্টিত অনুষ্ঠিত হব লগা এই নিৰ্বাচনত ৪৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব।

লগতে পঢ়ক : Huge cash stash recovered from Jharkhand minister aide’s home : নিৰ্বাচনৰ মাজতে ঝাৰখণ্ডৰ মন্ত্ৰীৰ ভৃত্যৰ ঘৰত উদ্ধাৰ টকাৰ পাহাৰ