Local, Vocal, Global

Banned cough syrups seized in Bajali : লোকসভা নিৰ্বাচনৰ মাজতে বজালী আৱকাৰী বিভাগ আৰু বজালী আৰক্ষীৰ অভিযান

বজালী, ৪মে’ : লোকসভা নিৰ্বাচনৰ মাজতে বজালী আৱকাৰী বিভাগ আৰু বজালী আৰক্ষীৰ অভিযান । অভিযান মুৰাদাবাদৰ পৰা গুৱাহাটী অভিমুখী ট্ৰাকত ।

জানিব পৰা মতে, বজালী আৱকাৰী বিভাগ আৰু বজালী আৰক্ষীৰ অভিযানত মুৰাদাবাদৰ পৰা গুৱাহাটী অভিমুখী UP21CM5610 নম্বৰৰ ট্ৰাকৰ পৰা জব্দ কৰে ৮০ তাতকৈ অধিক কাৰ্টন কফ চিৰাফ । গলিয়া টোলগেটৰ পৰা জব্দ কৰে এই বুজন পৰিমাণৰ কফ চিৰাফ (Banned cough syrups seized in Bajali)।

ইফালে বজালী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উত্তৰাখণ্ডৰ ফাইম নামৰ এজন ব্যক্তিক আটক কৰে ।

লগতে পঢ়ক : Tragic Accidents in Kaliabor : ভয়ংকৰ পথ দুৰ্ঘটনা নিহত ৭বছৰীয়া ছাত্ৰী