Dry Day Looms Over Poll-Bound Guwahati Ahead Of 3rd Phase : তৃতীয় পর্যায়ৰ লোকসভা নির্বাচন বাবে কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা
নিউজ ডেস্ক, ৪মে’ : তৃতীয় পর্যায়ত লোকসভা নির্বাচন বাবে কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা। অহা ৭ মে’,ত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ড্ৰাই ডে’ ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলাত(Dry Day Looms Over Poll-Bound Guwahati Ahead Of 3rd Phase)।
৭ মে’,ত লোকসভা নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলাত ৩দিন বন্ধ থাকিব সুৰাৰ বিপণী। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেই ড্ৰাই ডে’ ঘোষণা কৰিছে জিলা প্ৰশাসনে।
জানিব পৰা মতে,দেওবাৰৰ পৰা ৭মে’ বিয়লি ৫-০০ বজালৈ বন্ধ থাকিব সুৰা বিপণীসমূহ। শনিবাৰে এক নিৰ্দেশনাযোগে এই কথা প্ৰকাশ কৰে জিলা প্ৰশাসনে।
লগতে পঢ়ক : Tragic Accidents in Nagaon : অচিনাক্ত বাহনৰ খুন্দাত নিহত যাত্ৰী; জানিব পৰা হোৱা নাই মৃতলোকজনৰ পৰিচয়