Local, Vocal, Global

Rajnath Singh to file nomination from Lucknow today : আজি ৰাজনাথ সিঙে দাখিল কৰিব মনোনয়ন পত্ৰ

নিউজ ডেস্ক,২৯এপ্ৰিল : সোমবাৰে ৰাজনাথ সিঙে দাখিল কৰিব মনোনয়ন পত্ৰ । আজি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ৰাজনাথ সিঙে লক্ষ্ণৌৰ ৰাজপথত বিশাল ৰোড শ্ব’ কৰিব । মনোনয়ন পত্ৰ দাখিলৰ সময়ত ৰাজনাথ সিঙক সংগ দিব উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে(Rajnath Singh to file nomination from Lucknow today)।

লগতে পঢ়ক : Two Russian journalists detained on ‘extremism’ charges : ৰাছিয়াত আটক দুই সাংবাদিকক;‘উগ্ৰবাদ’ৰ অভিযোগত ৰাছিয়াত আটক সাংবাদিক দুজনক