Local, Vocal, Global

Massive fire breaks out at Dhing : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ৬খনকৈ কাপোৰৰ দোকান

ধিং,২৮ এপ্ৰিল : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত ৬খনকৈ কাপোৰৰ দোকান(Massive fire breaks out at Dhing) ।

দেওবাৰে পুৱতি নিশা ধিং বজাৰত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত ভস্মীভূত হয় ৬খনকৈ কাপোৰৰ দোকান ৷ ফলত ক্ষতি হয় কেইবা লক্ষাধিক টকাৰ সা- সামগ্ৰীৰ ।

জানিব পৰা মতে, নিশা তহলদাৰী আৰক্ষীয়ে প্ৰথমে প্ৰত্যেক্ষ কৰে জুই। এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ধিং আৰক্ষী আৰু অগ্নি নিৰ্বাপনৰ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয়। শ্বৰ্ট-চাৰ্কিটৰ ফলতে জুই লগাৰ সন্দেহ(Massive fire breaks out at Dhing) ৷

লগতে পঢ়ক : Burmese supari seized in lumding : যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ ২৪ টনৰো অধিক বাৰ্মিজ চুপাৰী