Mysterious Death Of Safari Elephant In Kaziranga National Park : কাজিৰঙাত ছাফাৰীত নিয়োজিত হাতীৰ মৃত্যু
নিউজ ডেস্ক,২৩ এপ্ৰিল : কাজিৰঙাত ছাফাৰীত নিয়োজিত হাতীৰ মৃত্যু। বাগৰি বনাঞ্চলত ছাফাৰীত ব্যৱহৃত হাতীৰ মৃত্য়ু । নিহত হাতীটোৰ নাম লক্ষীমালা(Mysterious Death Of Safari Elephant ‘Lakhimala’ Raises Concerns In Kaziranga National Park) ।
হাতীটোৰ মৃত্যুৰ খবৰ লুকুৱাই ৰখাৰ চেষ্টা কৰিছিল হাতীৰ মালিক, উদ্যান কৰ্তৃপক্ষই। ট্ৰাকত উঠাই নিশাই উদ্যানৰ পৰা অন্য স্থানলৈ স্থানান্তৰ মৃত হাতীটোক(Mysterious Death Of Safari Elephant In Kaziranga National Park)।
লগতে পঢ়ক : Domestic violence : যৌতুকৰ বাবে পত্নীক হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে