Daily Horoscope for 22th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি: গাৰ্হস্থ্য জীৱন সুখী । পূৰ্বতে কৰা বিনিয়োগৰ পৰা লাভান্বিত হ’ব । দৈনিক আয় বৃদ্ধি হ’ব । সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব । ব্যৱসায় কৰা লোকসকলৰ বাবে শুভ ।
বৃষ ৰাশি: প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে শুভ ৷ বৈবাহিক জীৱনত সুখ-শান্তিয়ে বিৰাজ কৰিব । পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় পাব । আৰ্থিক স্থিতি ভাল হ’ব। স্বাস্থ্য ভালে থাকিব। এই সপ্তাহত নতুন কাম কৰাৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ উন্নতি হ’ব ৷
মিথুন ৰাশি : আৰ্থিক স্থিতি সুদৃঢ় হ’ব । ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সফল হ’ব। আপুনি নিজৰ জীৱন সংগীৰ সম্পূৰ্ণ সহযোগিতা পাব। প্ৰেমাস্পদক পৰিয়ালৰ সদস্যৰ লগত চিনাকি কৰাই দিব পাৰে । স্বাস্থ্য ভালে থাকিব ।পূৰ্বতে কৰা বিনিয়োগৰ পৰা লাভান্বিত হ’ব । ঘৰলৈ নতুন অতিথি আহিব ৷ ঘৰৰ পৰা অনলাইন কাম কৰা লোকসকলেও ভাল লাভাৰ্জন কৰিব পাৰে ।
কর্কট ৰাশি : কৰ্মক্ষেত্ৰত উত্থান-পতন হ’ব পাৰে । ব্যৱসায় সম্প্ৰসাৰণত সফল হ’ব। উচ্চ শিক্ষাৰ বাবে সময় শুভ । আপোনাৰ প্ৰিয় বিষয়টো পঢ়াৰ সুযোগ পাব। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে সাফল্য লাভ কৰিব। স্বাস্থ্যৰ উত্থান-পতন হ’ব পাৰে । গাৰ্হস্থ্য জীৱনত উত্থান-পতন হ’ব পাৰে । প্ৰেম সম্পৰ্কৰ বাবে সপ্তাহটো শুভ ।
সিংহ ৰাশি : পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় লাভ কৰিব । পৰিয়ালৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক । প্ৰেমাস্পদক আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত চিনাকি কৰাই দিয়ক। আপোনাৰ আৰ্থিক স্থিতি ঠিকেই থাকিব। উচ্চ শিক্ষাৰ বাবে সময় শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন হ’ব ৷ জীৱন সংগীৰ সৈতে পৰিয়ালৰ কল্যাণৰ হকে কাম কৰা দেখা যাব ।
কন্যা ৰাশি : বৰ বিশেষ আয় নহ’ব । ব্যয় অধিক হ’ব । জীৱন সংগীৰ সহযোগিতা লাভ কৰিব । প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত উত্থান-পতন থাকিব । ব্যৱসায়ত শুভ। চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পাব । সমাজৰ উন্নতিৰ হকে কাম কৰা লোকসকলে অধিক কাম কৰাৰ সুযোগ পাব ।
তুলা ৰাশি : দাম্পত্য জীৱনত সুখকৰ হ’ব । জীৱন সংগীৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক । প্ৰেমৰ ক্ষেত্ৰত শুভ ৷ উপহাৰো দিব পাৰে । আৰ্থিক স্থিতি দুৰ্বল হৈ থাকিব । আয় ঠিকেই থাকিব । ব্যয় যথেষ্ট বৃদ্ধি হ’ব পাৰে । ভ্ৰমণ লাভজনক হ’ব । ব্যৱসায় বৃদ্ধি হ’ব ৷ আৰ্থিক লাভ হ’ব । স্বাস্থ্য ভালে থাকিব । তথাপিও স্বাস্থ্যৰ বিশেষ যত্ন লওক।
বৃশ্চিক ৰাশি : প্ৰেমাস্পদক আপোনাৰ পৰিয়ালৰ সৈতে চিনাকি কৰাই দিব পাৰিব ৷ আপোনাৰ আয় ঠিকেই থাকিব, কিন্তু ব্যয় বৃদ্ধি হ’ব ।শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ কম হ’ব, স্বাস্থ্য ভালে থাকিব । ৰাজনীতিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব ৷ সম্ভাৱনা আছে ।
ধনু ৰাশি : পাৰিবাৰিক জীৱন সুখৰ হ’ব । প্ৰেমত শুভ ৷ প্ৰেমাস্পদক পৰিয়ালৰ লগত চিনাকি কৰাই দিব পাৰে। আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব । কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে । সম্পত্তি ক্ৰয় কৰক ৷ আপোনাৰ আইনী কামৰ অন্ত পৰিব । পূৰ্বতে কৰা ধন বিনিয়োগৰ পৰা লাভান্বিত হ’ব ৷ পিতৃ-মাতৃৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যাব। কৰ্মসংস্থাপন পোৱাৰ যোগ আছে ।
মকৰ ৰাশি: সপ্তাহটো মিশ্ৰিত হ’ব । প্ৰেমত বিবাদ হোৱাৰ সম্ভাৱনা আছে । গাৰ্হস্থ্য জীৱন সুখৰ । জীৱন সংগীৰ লগত কোনো পৰিকল্পনা কৰিব পাৰে , ই আয় বৃদ্ধি কৰিব ৷ ব্যৱসায়ত নতুন চুক্তি লাভ কৰিব ।
কুম্ভ ৰাশি : পাৰিবাৰিক জীৱনত শুভ । ভগ্নীৰ বিবাহৰ ক্ষেত্ৰত আহি থকা বাধা-বিঘিনিৰ অন্ত পৰিব। শুভ কাৰ্য আয়োজন কৰক । ৰাজনীতিত সফলতা । আৰ্থিক স্থিতি ভাল হ’ব। নতুন বাহন ক্ৰয় কৰিব পাৰে । স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন হ’ব পাৰে ।
মীন ৰাশি : অবিবাহিত লোকসকলে আকাংক্ষিত জীৱন সংগী লাভ কৰিব । প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত শুভ । আয় ভাল হ’ব যদিও ব্যয় অধিক হ’ব । ধন সঞ্চয়ো কৰিব ৷ সফলতাৰ বাবে কষ্ট কৰক । স্বাস্থ্যৰ যত্ন লওক।