Bongaigaon GRP officer-in-charge Rajiv Gohain reserve clause : বঙাইগাঁও GRPৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ গোহাঁইক ৰিজাৰ্ভ ক্ল’জ
নিউজ ডেস্ক, ২১ এপ্ৰিল : GRPৰ ভাৰপ্ৰাপ্ত বিষয়াক ৰিজাৰ্ভ ক্ল’জ ।এগৰাকী বাইক আৰোহীক খুন্দিয়াৰ বাবে ৰিজাৰ্ভ ক্ল’জ আৰক্ষী বিষয়াক(Bongaigaon GRP officer-in-charge Rajiv Gohain reserve clause) ।
জানিব পৰা মতে, বঙাইগাঁও GRPৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ গোহাঁইক ৰিজাৰ্ভ ক্ল’জ। বঙাইগাঁৱৰ চিলাৰায় উৰণসেতুত শুকুৰবাৰে নিশা এগৰাকী বাইক আৰোহীক খুন্দিয়াইছিল ৰাজীৱ গোহাঁয়ে। ।
ৰাজীৱ গোহাঁইৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা GRPৰ SP অক্ষত গাৰ্গৰ(Bongaigaon GRP officer-in-charge Rajiv Gohain reserve clause)।