Local, Vocal, Global

Massive Fire Breaks Out at Dudhnoi : বিধ্বংসী অগ্নিকাণ্ড ;অগ্নিকাণ্ডত ভস্মীভূত ৪টাকৈ বাসগৃহ লগতে লক্ষাধিক টকাৰ সা-সামগ্ৰী

নিউজ ডেস্ক,৮এপ্ৰিল : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত ৪টাকৈ বাসগৃহ ।

দুধনৈত দেওবাৰে নিশা সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড(Massive Fire Breaks Out at Dudhnoi)।

জানিব পৰা মতে,দুধনৈৰ মাজমজিয়াৰ চন্দন সাহা নামৰ লোকজনৰ বাসগৃহত জুইৰ সূত্ৰপাত হয় আৰু নিমিষতে জ্বলি ভস্মীভূত হয় সাহাৰ ৪টাকৈ ভাড়াঘৰৰ কোঠা। ভস্মীভূত হয় লক্ষাধিক টকাৰ সা-সামগ্ৰী। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ।

লগতে পঢ়ক : Tragic Accidents in Goalpara : বনভোজকাৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত,নিহত ২জন, আহত ৬জন