Local, Vocal, Global

Sahitya Akademi Award Winner Dr Pranabjyoti Deka Passes Away : বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক ড০ প্ৰণৱ জ্যোতি ডেকাৰ দেহাৱসান

নিউজ ডেস্ক,৬এপ্ৰিল : বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক ড০ প্ৰণৱ জ্যোতি ডেকাৰ দেহাৱসান। শনিবাৰে গুৱাহাটীস্থিত নেমকেয়াৰ হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে ।

হাঁওফাঁওৰ সংক্ৰমণ আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাত ভুগি কেইবাদিনো ধৰি সংকটজনক অৱস্থাত গুৱাহাটীস্থিত নেমকেয়াৰ হাস্পাতালত ভৰ্তি হৈ আছিল। আজি নেমকেয়াৰ হাস্পাতালতে শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিক গৰাকীয়ে(Sahitya Akademi Award Winner Dr Pranabjyoti Deka Passes Away) ।

উল্লেখ্য যে, ড০ প্ৰণৱ জ্যোতি ডেকাই ‘শ্ৰেষ্ঠ গল্প’ৰ বাবে ২০২৩ বৰ্ষত লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা।

লগতে পঢ়ক : Rahul Das’s body who went missing in the Brahmaputra, was recovered : অৱশেষত উদ্ধাৰ হ’ল ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা ৰাহুল দাসৰ মৃতদেহ