Local, Vocal, Global

woman killed in passenger train accident in udalguri : যাত্ৰীবাহী ৰে’লৰ চেপাত নিহত মহিলা

নিউজ ডেস্ক,২৮মাৰ্চ : ওদালগুৰি ৰে’ল ষ্টেচনত অঘটন। বৃহস্পতিবাৰে পুৱাই ওদালগুৰি ৰে’ল ষ্টেচনত ৰে’লে মহতিয়ালে এগৰাকী মহিলাক ।

যাত্ৰীবাহী ৰে’লৰ চেপাত নিহত মহিলাগৰাকী(woman killed in passenger train accident in udalguri)।

উজনিমুৱা ৰঙিয়া-ডেকাৰগাওঁ যাত্ৰীবাহী ৰে’লৰ চেপাত মহিলাগৰাকী নিহত হয়।

নিহত মহিলাগৰাকীৰ নাম এম. দৈমাৰী বুলি জানিব পৰা গৈছে। মহিলাগৰাকীৰ ঘৰ ঢেকীয়াজুলিত।

লগতে পঢ়ক : Arunachal Assembly polls 2024 : বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বেই বিনা প্ৰতিদ্বন্দীতাৰে নিৰ্বাচিত হ’ল ৫ গৰাকী বিজেপি প্ৰাৰ্থী