Boy goes missing while taking bath : গা ধুবলৈ গৈ সন্ধানহীন ছাত্ৰ

যোৰহাট,২৫মাৰ্চ : হোলীৰ আনন্দ উল্লাসৰ মাজতে যোৰহাটত অঘটন । গা ধুবলৈ গৈ সন্ধানহীন ছাত্ৰ(Teen goes missing while taking bath ) ।
গড়মুৰৰ ভোগদৈ নদীত গা ধুবলৈ গৈ নিৰুদ্দেশ অৰ্নেৱ কল্লোল নামৰ ছাত্ৰ জন । যোৰহাট JECত অধ্যয়নৰত আছিল অৰ্নেৱ কল্লোল ।
সন্ধানহীন ছাত্ৰজনৰ ঘৰ মাজুলীৰ গড়মুৰত বুলি জানিব পৰা গৈছে ।
বৰ্তমানে SDRFএ ছাত্ৰজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে(Boy Goes Missing While Bathing ) ।
জানিব পৰা মতে লগৰ বন্ধুৰ সৈতে গা ধুবলৈ গৈছিল ছাত্ৰজন ।