Local, Vocal, Global

Tragic Road Accident in Behali : মৰ্মান্তিক দুৰ্ঘটনা; থিতাতে নিহত এজন , আহত দুজন

নিউজ ডেস্ক, ২৪মাৰ্চ : মৰ্মান্তিক দুৰ্ঘটনা । থিতাতে নিহত এজন , আহত দুজন(Tragic Road Accident in Behali) ।

বিহালীৰ বিহপুখুৰীত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত হয় ২জন। আহত লোক দুজন আজাৰুল ইছলাম, শ্বাহনুল আলম বুলি চিনাক্ত কৰা হৈছে।

আহত লোক দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন। বাহনখনৰ চালক(Tragic Road Accident in Behali) ।

লগতে পঢ়ক : AAP workers stage protest against arrest of Kejriwal : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আপৰ