Congress third candidate list for Lok Sabha elections 2024 to be announced today :আজি প্ৰকাশ পাব কংগ্ৰেছৰ তৃতীয়খন প্ৰাৰ্থী তালিকা

নিউজ ডেস্ক,২১মাৰ্চ : আজি প্ৰকাশ পাব কংগ্ৰেছৰ তৃতীয়খন প্ৰাৰ্থী তালিকা। তৃতীয়খন তালিকাত অন্তৰ্ভুক্ত হ’ব ৫০গৰাকী প্ৰাৰ্থীৰ নাম(Congress third candidate list for Lok Sabha elections 2024 to be announced today)।
আজি প্ৰকাশ পোৱা তালিকাক মহাৰাষ্ট্ৰৰ ১২খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত হ’ব লগতে মধ্যপ্ৰদেশ, গুজৰাটৰ একাংশ প্ৰাৰ্থীৰ নাম চূড়ান্ত হোৱাৰ সম্ভাৱনা। ইতিমধ্যে দলটোৱে দুখনকৈ তালিকাত প্ৰকাশ কৰিছে ৮২ গৰাকী প্ৰাৰ্থীৰ নাম। বুধবাৰে অনুষ্ঠিত CECৰ বৈঠকত চূড়ান্ত হৈছে মহাৰাষ্ট্ৰৰ ১২ প্ৰাৰ্থীৰ নাম(Congress third candidate list for Lok Sabha elections 2024 likely to be announced today) ।