Local, Vocal, Global

Forest Department Employee Arrested In Bongaigaon : বঙাইগাঁও জিলাৰ আই উপত্যকা বন সংমণ্ডলৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১৯ মাৰ্চ : বন সংমণ্ডলৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ । বন সংমণ্ডলৰ কৰ্মচাৰীৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ(Forest Department Employee Arrested In Bongaigaon)।

বঙাইগাঁও জিলাৰ আই উপত্যকা বন সংমণ্ডলৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ। বন কৰ্মচাৰী দুষ্মন্ত দাস নামৰ কৰ্মচাৰী গৰাকীক গ্ৰেপ্তাৰ কৰে বঙাইগাঁও সদৰ আৰক্ষীয়ে।

জানিব পৰা মতে, বঙাইগাঁও সদৰ থানাত ৯৯/২৪ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে কৰ্মচাৰী গৰাকীক(Forest Department Employee Arrested In Bongaigaon District On Corruption Charges)।

অভিযোগ অনুসৰি, বন সংমণ্ডলৰ কৰ্মচাৰী গৰাকীয়ে বিভিন্ন লোকৰ পৰা ডাবি-ধমকিৰে ধন সংগ্ৰহ কৰে ।

লগতে পঢ়ক : Elephant Terror in Jorabat : বন কৰ্তৃপক্ষৰ গা-এৰা মনোভাৱত উদ্বিগ্ন আমচিং যোৰাবাটবাসী