Local, Vocal, Global

Horrific road accident in Guwahati leaves 1 dead : মহানগৰীত গ্ৰীণ বাছৰ খুন্দাত নিহত অটো চালক

নিউজ ডেস্ক, ১৯মাৰ্চ : মহানগৰীত গ্ৰীণ বাছৰ দৌৰাত্ম্য! গ্ৰীণ বাছৰ খুন্দাত নিহত অটো চালক( Horrific road accident in Guwahati leaves 1 dead)।

মঙলবাৰে মহানগৰীৰ খানাপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা(CNG Bus Hits Parked Auto-Rickshaw in Khanpara; 1 Killed) ।

জানিব পৰা মতে,পৰিবহন নিগমৰ চি এন জি গ্ৰীণ বাছে মহটিয়াই নিয়ে ৰৈ থকা অটোক। ফলত বাছৰ খুন্দাত থিতাতে নিহত হয় অটো চালক হিতেশ কলিতা। এই দুৰ্ঘটানাতে গুৰুতৰভাৱে আহত হয় আন দুজন লোক।
বাছখন চালকৰ সলনি হেণ্ডিমেনে চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ এ-এছ-২০-২৫৫৮।

লগতে পঢ়ক : Brother attempts to kill his own elder brother over property dispute : সম্পতিৰ লালসাৰ ভয়ংকৰ পৰিণতি;সম্পত্তিৰ বাবেই ভাতৃক হত্যাৰ চেষ্টা ককায়েকৰ