Local, Vocal, Global

Freight train derails at Barpeta Road : বৰপেটা ৰোডত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

বৰপেটা,১৯মাৰ্চ : বৰপেটা ৰোডত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। লাইনচ্যুত হৈ বাগৰি পৰিল উজনিমুৱা মালবাহী ৰে’ল(Freight train derails at Barpeta Road)।

জানিব পৰা মতে, ৰে’ল বিভাগৰ সামগ্ৰী কঢ়িয়াই আনিছিল ৰে’লখনে। দুৰ্ঘটনাৰ পিছতে ততাতৈয়াকৈ ৰে’ল বিভাগে আৰম্ভ কৰে উদ্ধাৰ অভিযান। ৰে’ল বিভাগৰ তৎপৰতাত ৰক্ষা পৰিল অধিক ক্ষয় খতিৰ পৰা।

বৰপেটা ৰোড ৰে’ল ষ্টেচনৰ পৰা প্ৰায় সমীপতে সংঘটিত এই দুৰ্ঘটনা। দুৰ্ঘটনাত অধিক ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে(Freight train derails at Barpeta Road) ।

লগতে পঢ়ক : Supreme Court to hear over 200 pleas challenging CAA implementation today : CAA সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি