Local, Vocal, Global

Tragic Road Accident : বাঁহভৰ্তি ট্ৰাক আৰু বলেৰ’ পিকআপৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ

নিউজ ডেস্ক,১৯মাৰ্চ : ভয়ংকৰ দুৰ্ঘটনা । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চালক ।

কাজিৰঙাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।সোমবাৰে নিশা বাঁহভৰ্তি ট্ৰাক আৰু বলেৰ’ পিকআপৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। ফলত গুৰুতৰভাৱে আহত বলেৰ’ পিকআপৰ চালক(Tragic Road Accident)।

জানিব পৰা মতে, যোৰহাট দিশৰ পৰা আহি আছিল বাঁহভৰ্তি ট্ৰাকখন।

লগতে পঢ়ক : Tragic Road Accident in Goalpara : এক মৰ্মান্তিক দুৰ্ঘটনা; দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী